আমি কাম কৰিম (কবিতা)

অসমীয়া কবিতা (Assamese poem) 


আমি কাম কৰিম,

আমি কাম কৰিম, 
কাম কৰি যাম আগুৱাই।

আমি কাম কৰিম নিজৰ বাবে, 
আমি কাম কৰিম দহৰ বাবে,
 আমি কাম কৰি যাম আগুৱাই।
 সুন্দৰ পৃথিৱী 
গঢ়িম মিলি জুলি 
গঢ়িম ভেটি অর্থনীতিৰ
 অভাৱ আঁতৰিব ভাগ্যই লগ দিব 
যদি কাম কৰি যাওঁ আগুৱাই 
আমি কাম কৰিম, 
কাম কৰি যাম আগুৱাই।

প্রহ্লাদ চুতীয়া

Comments

Popular posts from this blog

জীৱনত সুখী হোৱাৰ উপায়

সুখী কেনেকৈ হ'ব পাৰি

আত্মসম্মান বা আত্মমর্যাদা

সুখী জীৱনৰ সন্ধানত

দিন-দুপৰৰ ভুতৰ কাহিনী

একাগ্রতা:-সঠিক চিন্তাৰ অন্যতম ভেটি

ভগবানৰ অস্তিত্ব অস্বীকাৰ

সঠিক চিন্তা সঠিক সিদ্ধান্তৰ মূল

BSF, CRPF, ITBP, SSB, CISF আৰু Indian Army ৰ বিষয়ে চমু আলোচনা।