BSF, CRPF, ITBP, SSB, CISF আৰু Indian Army ৰ বিষয়ে চমু আলোচনা।

BSF, CRPF, ITBP, SSB আৰু CISF এইবোৰ মিনিষ্টি অফ হোম এফেয়াৰচৰ অন্তৰ্গত আছিল। কিন্তু ২০১১ চনৰ মাৰ্চ মাহৰ পৰা ইয়াক central Armed police force হিচাপে জনা যায়। আমি সকলোৱে জনাতো প্ৰয়োজন যে Indian Army এই সমূহৰ পৰা সম্পূৰ্ণ বেলেগ।তেওঁলোকৰ ট্ৰেইনিং চেন্টাৰ, সা-সজুলি সকলোবোৰ বেলেগ হয়।


[ 1] Border Security Force (BSF)-

[A ] এওঁ লোক পাকিস্তান, বাংলাদেশ আৰু এতিয়া ম্যানমাৰতো সীমান্ত ৰক্ষী হিচাপে কাম কৰাৰ লগতে ভাৰতৰ আভ্যন্তৰিন প্ৰতিৰক্ষী হিচাপেও কাম কৰে। এওঁ লোকে কেৱল শান্তিৰ সময়তে সীমান্ত ৰক্ষী হিচাপে কাম কৰিবলৈ সুযোগ পায়। যুদ্ধৰ কালীন সময়ত এওঁলোকক ঠাইত সীমাৰ প্ৰতিৰক্ষাৰ দায়িত্ব Indian Army পালন কৰে। আচলতে যুদ্ধৰ প্ৰস্ততিৰ বাবে Indian Army ঠাইত BSF ক সীমাত নিয়োগ কৰে। যাতে তেওঁ লোকে যুদ্ধৰ তেয়াৰি কৰিবৰ বাবে সময় পায়।

[ B]      central Armed police force ত এজন IPS বিষয়াহে হেড অফিচাৰ হিচাপে থাকে। ইয়াত মিলিটেৰি অফিচাৰ নথকাৰ কাৰণে ইয়াক মিলিটেৰি ফৰ্চ বুলি আখ্যা দিব নোৱাৰি।

[ 2] Central Industrial Security Force

[ A] এওঁ লোকে ভাৰতবৰ্ষৰ চৰকাৰি খণ্ডৰ উদ্যোগ, এয়াৰপ'ট, মেট্ৰ আদিত ৰক্ষীবাহিনী হিচাপে কাম কৰে।

[ 3] Sashastra Seema Bal (SSB)

[ A] এওঁ লোক নেপাল আৰু ভূটান সীমাত সীমান্ত পহৰি হিচাপে কাম কৰে।এওঁ লোকে কেৱল শান্তিৰ সময়তে সীমান্ত ৰক্ষী হিচাপে কাম কৰিবলৈ সুযোগ পায়।

[ 4] Central Reserve Police Force (CRPF)

[ A] এওঁ লোকে ভাৰতবৰ্ষৰ আভ্যন্তৰিক সুৰক্ষাৰ ক্ষেত্ৰত সক্ৰিয় ভুমিকা লৈ আহিছে।
[B ]      central Armed police force ক কেৱল ভাৰতৰ আভ্যন্তৰিন প্ৰতিৰক্ষাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা দেখা যায়।

[ 5] Indo Tibetan Border Police (ITBP)

[A ] এওঁ লোকে চীনৰ সীমান্ত হিমালয় অঞ্চল লগতে চীনা সীমান্তত সুৰক্ষা প্ৰদান কৰে।

[ 6]   Indian Army   

[ A]        Indian Army পৃথিৱীৰ ভিতৰতে এক লেখত ল'ব লগীয়া শক্তিশালী সেনা বাহিনী।
[ B]  Indian Army, Indian Air force আৰু Indian Navy ৰ মুখ্য বিষয়া কেইজনকলৈ গঠিত Chief of Army Staff (COAS) নামৰ এজন chief commander থাকে। যিজনে এই তিওটা বাহিনীক আদেশ দিব পাৰে।
[C ]  ভাৰতবৰ্ষৰ প্ৰধান সেনাপতি suprem commander হ'ল সন্মনীয় ৰাষ্ট্ৰপতি। তেওঁ সেনাৰ সৰ্বাধিনায়ক তেওঁ Indian Army, Navy, আৰু Air force  ৰ suprem commander.



Comments

Post a Comment

Popular posts from this blog

জীৱনত সুখী হোৱাৰ উপায়

সুখী কেনেকৈ হ'ব পাৰি

সুখী জীৱনৰ সন্ধানত

দিন-দুপৰৰ ভুতৰ কাহিনী

আত্মসম্মান বা আত্মমর্যাদা

একাগ্রতা:-সঠিক চিন্তাৰ অন্যতম ভেটি

ভগবানৰ অস্তিত্ব অস্বীকাৰ