সুখী জীৱনৰ সন্ধানত

            এটি চমু কাহিনী

এদিন এজন জ্ঞানী ব্যক্তি নদী এখনৰ পাৰত বহি চিন্তা কৰি আছিল। তেতিয়া লোক এজনে আহি সুধিলে, আপুনি ইয়াত কি কৰি আছে ?

   তেতিয়া জ্ঞানি ব্যক্তিজনে উত্তৰ দিলে, মই অপেক্ষা কৰি আছো কেতিয়া নদীখনৰ পানীবোৰ বৈ শেষ হ'ব আৰু মই তেতিয়া নদী খন পাৰ হৈ যাম।

     লোক জনে লগে লগে উত্তৰ দিলে, আপুনি কি কথা কৈছে এইবোৰ ; এনেদৰে থাকিলে দেখোন আপুনি গোটেই জীৱনটো নদীখন পাৰ হ'ব নোৱাৰিব।

     জ্ঞানী ব্যক্তিজনে উত্তৰ দিলে, সেইটোৱেই টো মই তুমাক বুজাব খুজিছো। তোমাৰ আশা-আকাংখ্যাবোৰ পূৰ হোৱালৈ অপেক্ষা নকৰিবা। সুখী হ'বলৈ চেষ্টা কৰা কাৰণ মানুহৰ জীৱনত এটা আশা পূৰ হোৱাৰ পাছত অন্য এটা আশাই পাতনি মেলে।

      সফল জীৱনৰ কোনেও সৰ্বসন্মত সংজ্ঞা দিব নোৱাৰে।

        সুখী জীৱন সফল জীৱন

                                               প্ৰহ্লাদ চুতীয়া 

   

Comments

Post a Comment

Popular posts from this blog

জীৱনত সুখী হোৱাৰ উপায়

সুখী কেনেকৈ হ'ব পাৰি

আত্মসম্মান বা আত্মমর্যাদা

দিন-দুপৰৰ ভুতৰ কাহিনী

একাগ্রতা:-সঠিক চিন্তাৰ অন্যতম ভেটি

ভগবানৰ অস্তিত্ব অস্বীকাৰ

BSF, CRPF, ITBP, SSB, CISF আৰু Indian Army ৰ বিষয়ে চমু আলোচনা।

সঠিক চিন্তা সঠিক সিদ্ধান্তৰ মূল